January 21, 2025 11:15 AM

views 39

ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শুভেচ্ছা জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ বাবে ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত দিয়া এটা পষ্টত প্ৰধানমন্ত্রী শ্রীমোদীয়ে বিশ্বৰ সুন্দৰ ভৱিষ্যতক গঢ় দিয়াৰ লগতে দেশ দুখনৰ বিকাশ অধিক ত্বৰান্বিত কৰাৰ উদ্দেশ্যে নৱনিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে একেলগে কাম কৰি যোৱাৰ ইচ্ছা প্ৰকাশ কৰে।