May 7, 2025 12:51 PM

views 37

দেশৰ বিভিন্ন স্থানত আজি সতর্কতামূলক অনুশীলন

সম্ভাৱ্য যুদ্ধকালীন পৰিস্থিতি সন্দৰ্ভত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে আজি দেশৰ বিভিন্ন স্থানত সতর্কতামূলক অনুশীলন চলোৱা হ'ব। পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্কৰ চূড়ান্ত অৱনতি ঘটাৰ সময়তে কেন্দ্ৰীয় গৃহমন্ত্ৰালৰ নিৰ্দেশ অনুসৰি দেশৰ ২৫৯টা স্থানত সতর্কতামূলক অনুশীলন চলোৱা হ'ব। ৰাজধানী দিছপুৰ, গুৱাহাটীৰ বাকী অংশ, বঙাইগাঁও, ডিব্ৰুগড়, ধুবুৰী, তেজপুৰ, লখিমপুৰ, গোৱালপাৰা, যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া, ডিগবৈ, নাহৰকটীয়া, দুলীয়াজান, নাজিৰা, টিংখং, নামৰূপ, ৰঙিয়া, উত...

May 6, 2025 7:50 PM

views 43

সম্ভাৱ্য যুদ্ধকালীন পৰিস্থিতি সন্দৰ্ভত কাইলৈ দেশৰ বিভিন্ন স্থানত সতর্কতামূলক অনুশীলন

সম্ভাৱ্য যুদ্ধকালীন পৰিস্থিতি সন্দৰ্ভত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে কাইলৈ দেশৰ বিভিন্ন স্থানত সতর্কতামূলক অনুশীলন চলোৱা হ'ব। পেহেলগামত সন্ত্রাসবাদীয়ে পৰ্যটকৰ ওপৰত নৃশংস আক্রমণ চলোৱাৰ পাছত ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্কৰ চূড়ান্ত অৱনতি ঘটাৰ সময়তে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে ৰাজ্যসমূহক জৰুৰী পৰিস্থিতিৰ বাবে সাজু থকাৰ নিৰ্দেশনা জাৰি কৰিছে। যিকোনো যুদ্ধকালীন পৰিস্থিতিত সন্মুখীন হোৱা সমস্যা সন্দৰ্ভত সৰ্বসাধৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে কাইলৈ ৰাজ্যসমূহক এই সতর্কতামূলক অনুশীলন চলাবলৈ গৃহ...

May 6, 2025 7:29 PM

views 43

মকড্রিল সন্দৰ্ভত আজি ৰাজ্যসমূহৰ মুখ্য সচিবসকলৰ সৈতে গৃহ সচিবৰ বৈঠক

কেন্দ্রীয় গৃহ সচিব গোবিন্দ মোহনে কাইলৈ হ'বলগীয়া অসামৰিক প্ৰতিৰক্ষা মকড্রিল সন্দৰ্ভত আজি ৰাজ্যসমূহৰ মুখ্য সচিবসকলৰ সৈতে এখন বৈঠকত মিলিত হৈছে। নতুন দিল্লীৰ গৃহ মন্ত্ৰ্যালয়ৰ কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত অসামৰিক প্ৰতিৰক্ষা বিভাগৰ সঞ্চালক প্ৰধান ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ সঞ্চালকপ্ৰধান আৰু অন্যান্য শীর্ষ বিষয়াসকলে অংশগ্ৰহণ কৰিছে। কেন্দ্ৰীয় চৰকাৰে কালি অসামৰিক প্ৰতিৰক্ষা প্ৰস্তুতিৰ মূল্যায়নৰ বাবে মকড্রিল অথবা বিশেষ অনুশীলন কৰাবলৈ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক নির্দেশ দিছিল। সেই অনু...