October 29, 2025 8:22 PM

views 85

সজাগতা বৃদ্ধিৰ লক্ষ্যৰে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগৰ মকড্রিল কাৰ্যসূচী

ৰাষ্ট্ৰীয় বিদ্যালয় সুৰক্ষা নীতি, ২০১৬ৰ অংশ হিচাপে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত ৰাজ্যৰ ৩৫ খন জিলাৰ এহেজাৰ ৯৩৬ খন বিদ্যালয়ত দুর্যোগ প্রস্তুতি আৰু এই ক্ষেত্ৰত সজাগতা বৃদ্ধিৰ লক্ষ্যৰে মকড্রিল কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। গোলাঘাট জিলাৰ ৮৭ খন বিদ্যালয়ত এই কার্যসূচী সফলতাৰে সম্পন্ন কৰা হয়। জিলাখনৰ বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অতিৰিক্ত জিলা আয়ুক্তই উদ্বোধন কৰা এই কাৰ্যসূচীত ৰাজহ চক্ৰ বিষয়া, জিলা প্ৰকল্প বিষয়া, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ ক্ষেত্র বিষয়া, অগ্নি নির্ব...

May 6, 2025 7:54 AM

views 105

অসামৰিক প্ৰতিৰক্ষা প্ৰস্তুতিৰ মূল্যায়নৰ বাবে বিশেষ অনুশীলনৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক গৃহ মন্ত্ৰ্যালয়ৰ নিৰ্দেশ

■ গৃহ মন্ত্ৰ্যালয়ে অসামৰিক প্ৰতিৰক্ষা প্ৰস্তুতিৰ মূল্যায়নৰ বাবে কাইলৈ মকড্ৰিল অথবা বিশেষ অনুশীলন কৰাবলৈ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক নিৰ্দেশ দিছে। সেই অনুসৰি মন্ত্ৰ্যালয়ে দেশৰ ২৪৪ খন অসামৰিক প্ৰতিৰক্ষা জিলাত অসামৰিক প্ৰতিৰক্ষা অনুশীলন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই অনুশীলন গাঁও পৰ্যায়লৈ কৰাৰ বাবে পৰিকল্পনা কৰা হৈছে। কেন্দ্ৰীয় গৃহসচিব গোবিন্দ মোহনে অসামৰিক প্ৰতিৰক্ষা মকড্রিল সন্দৰ্ভত আজি ৰাজ্যসমূহৰ মুখ্য সচিবসকলৰ সৈতে আলোচনাত মিলিত হোৱাৰ কথা আছে। বিমানৰ সতৰ্কতা ব্যৱস্থাৰ লগত...