June 12, 2026 7:22 PM

views 26

পশ্চিম কাৰ্বি আংলং জিলাত ৰাজ্যিক দুৰ্যোগ সহাৰি বাহিনীৰ সহযোগত হামৰেনৰ ডনবস্ক’ত অনুশীলন কাৰ্যসূচী ৰূপায়ণ

পশ্চিম কাৰ্বি আংলং জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ উদ্যোগত তথা অগ্নি নির্বাপন আৰু জৰুৰীকালীন সেৱা তথা ৰাজ্যিক দুৰ্যোগ সহাৰি বাহিনীৰ সহযোগত আজি হামৰেনৰ ডনবস্ক’ত অনুশীলন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। দুৰ্যোগৰ বাবে প্ৰস্তুতি, সুৰক্ষা ব্যৱস্থা, জৰুৰীকালীন সহাৰিৰ পদ্ধতি আৰু প্ৰস্তুতিৰ কৌশলৰ বিষয়ে সজাগতা সৃষ্টি কৰাত এই অনুশীলনত গুৰুত্ব আৰোপ কৰা হয়।