June 13, 2026 1:21 PM

views 20

ডিব্ৰুগড়ৰ ছটা বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত বিধায়কক সম্বর্ধনা

বিজেপিৰ ডিব্ৰুগড়ৰ মাণ্ডলিক কার্যালয়ত আয়োজিত এটা অনুষ্ঠানত কালি কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে ডিব্ৰুগড়ৰ ছটা বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত বিধায়কসকলক সম্বর্ধনা জনায়। অনুষ্ঠানত মন্ত্রী বিমল বৰা, ৰামেশ্বৰ তেলী, বিধায়ক তৰংগ গগৈ, চক্ৰধৰ গগৈ, পুলক গোহাঁই আৰু সঞ্জয় কিষাণক সম্বর্ধনা জনোৱা হয়। শ্রী সোণোৱালে বিধায়কসকলক জনসাধাৰণৰ আস্থাৰ প্ৰতি সন্মান জনাই সেৱা আৰু সমর্পণৰ মনোভাবেৰে কাম কৰি নিজ নিজ সমষ্টিৰ লগতে ৰাজ্যৰ সৰ্বাংগীন উন্নয়নত অৰিহণা যোগাবলৈ আহ্বান জনায়। দুলীয়াজান ...