September 12, 2025 9:14 PM

views 19

মিজোৰামৰ ভৈৱবী-চাইৰাং ৰে’লপথত ৪৫টা সুৰংগ আৰু ৫৫খন দলং

কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি কৈছে যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ মুকলি কৰিব লগা মিজোৰামৰ অতি গুৰুত্বপূৰ্ণ ভৈৱবী-চাইৰাং ৰে'লপথত ৪৫ টা সুৰংগ আৰু ৫৫ খন দলং আছে। তেওঁ জানিবলৈ দিয়ে যে, এই প্ৰকল্পতো মিজোৰামৰ জনসাধাৰণৰ বাবে উল্লেখযোগ্য হিচাপে পৰিগণিত হৈছে। শ্ৰী বৈষ্ণৱে কয়, যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ তিনিখন ৰে'লৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব। অহা দেওবাৰৰ পৰা সামগ্ৰী কঢ়িওৱা ৰেলগাড়ী চলাচল কৰা হ'ব। মন্ত্ৰীগৰাকীয়ে কয়, যে ২০১৪ চনৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চল...