May 31, 2025 7:48 PM

views 24

মিজোৰামত প্ৰৱল বৰষুণৰ ফলত হোৱা ভূমিস্খলনত বহু লোক হতাহত

মিজোৰাম লৱতৰাই চহৰত প্ৰৱল বৰষুণৰ ফলত হোৱা ভূমিস্খলনত এখন হোটেলকে ধৰি ছটা বাসগৃহ ভাগি পৰাত বহু লোক হতাহত হোৱাৰ আশংকাই দেখা দিছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি সীমান্ত অঞ্চলৰ সমীপৰ বাজাৰ বেং তথা চান্দমাৰীত কালি প্ৰায় চাৰে দহ বজাত এই ঘটনা সংঘটিত হয়। ৰাজ্যিক দুর্যোগ সহাৰি বাহিনী এছ ডি আৰ এফ এ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। এই উদ্ধাৰ কাৰ্যত তৃতীয় ভাৰতীয় সংৰক্ষিত বেটেলিয়ান আৰু য়াং লাই সংস্থাৰ স্বেচ্ছাসেৱকসকলেও সহযোগিতা আগবঢ়াইছে। উল্লেখযোগ্য যে কালিৰে পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত মিজোৰামৰ কেই...