August 9, 2026 8:49 PM

views 33

অহা ২৫ ডিচেম্বৰত মিছন বসুন্ধৰাৰ 4.0 আৰম্ভ হ’ব

অহা ২৫ ডিচেম্বৰত মিছন বসুন্ধৰাৰ 4.0 আৰম্ভ হ'ব। ভূমি সংস্কাৰৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ যুগান্তকাৰী পদক্ষেপ হিচাপে পৰিগণিত এই অভিযানৰ অধীনত ভূমিৰ পুনৰ জৰীপ তথা ভূমি অভিলেখৰ আধুনিকীকৰণৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি ভূমিৰ মালিকীস্বত্ব নিশ্চিতকৰণ তথা বৈজ্ঞানিক মেপিং অভিযানৰ জৰিয়তে ভূমিৰ অধিকাৰ আৰু সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে চৰকাৰে বিশেষ পদক্ষেপ গ্রহণ কৰিছে। এই অভিযানৰ অধীনত আধুনিক দলিল পঞ্জীয়ন আৰু মূল্যায়নৰ ব্যৱস্থাও কৰা হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ভূমিক মানুহৰ পৰিচয়, অধিকাৰ, নিৰাপত্তা আৰু ভ...