August 2, 2026 7:57 PM

views 10

নতুন দিল্লীত বস্ত্র মন্ত্রালয়ৰ জি আই আৰু বিয়ণ্ড ২.০ শীর্ষ সন্মিলন

বস্ত্র মন্ত্রালয়ে দেশৰ ভৌগোলিক সূচাংকৰ স্বীকৃতিপ্রাপ্ত বস্ত্ৰ আৰু হস্তশিল্পৰ উৎপাদনসমূহ প্ৰদৰ্শন কৰাৰ উদ্দেশ্যে অহা বুধবাৰে নতুন দিল্লীত জি আই আৰু বিয়ণ্ড ২.০ শীর্ষ সম্মিলনৰ আয়োজন কৰিছে। এই সন্মিলনৰ জৰিয়তে উৎপাদিত সামগ্ৰীসমূহৰ সংবর্ধন হোৱাৰ উপৰি ঘৰুৱা তথা আন্তঃৰাষ্ট্ৰীয় বজাৰত এইসমূহৰ স্তৰ উন্নীত হ'ব। বস্ত্ৰ ৰাজ্যমন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটাই এই অনুষ্ঠানৰ শুভ উদ্বোধন কৰিব। এই অনুষ্ঠানৰ জৰিয়তে প্রায় ১০খন দেশৰ ক্রেতা, ৰপ্তানিকাৰী তথা বিভিন্ন বহুজাগতিক নিগম পৰস্পৰৰ সংস্পৰ্শলৈ আহিব। এই প্রদর্শনীত দেশৰ শত...