March 2, 2025 8:18 PM

views 98

গুজৰাটৰ গান্ধীনগৰত কয়লা খনি আৱণ্টন আৰু ইয়াত বিনিয়োগৰ সুবিধা সন্দৰ্ভত কয়লা মন্ত্ৰ্যালয়ৰ ৰোড শ্ব’ৰ আয়োজন

কয়লা মন্ত্ৰ্যালয়ে গুজৰাটৰ গান্ধীনগৰত কাইলৈ ব্যৱসায়িক ভিত্তিক কয়লা খনি আৱণ্টন আৰু ইয়াত বিনিয়োগৰ সুবিধাৰ সন্দৰ্ভত এটা ৰোড শ্ব'ৰ আয়োজন কৰিছে। ব্যক্তিগত বিনিয়োগকাৰীক আকৰ্ষণ আৰু বাণিজ্যিক কয়লা খনিৰ প্ৰসাৰৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্ৰ্যালয়ে এই ব্যৱস্থা গ্ৰহণ কৰিছে। ভাৰতৰ কয়লা খণ্ডত ব্যক্তিগত খণ্ডৰ অংশীদাৰীত্ব বৃদ্ধি কৰা, ইয়াৰ লগত জড়িত উদ্যোগিক প্ৰতিষ্ঠান আৰু এই ক্ষেত্ৰত সম্ভাৱনা থকা বিনিয়োগকাৰী আৰু নীতি নিৰ্ধাৰণকাৰীসকলক একেলগ কৰাৰ উদ্দেশ্যৰে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। কয়লা আৰু খনি দপ্তৰৰ...