June 21, 2024 2:46 PM
102
১৮ সংখ্যক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ আজি সামৰণি
১৮ সংখ্যক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ আজি সামৰণি পৰিব। যোৱা ১৫ জুনত চার্লি হেমিল্টন-জেমছৰ পৰিচালনাৰে নিৰ্মিত ‘বিলি এণ্ড মলি: এণ অটাৰ লাভ ষ্ট'ৰী' শীৰ্ষক তথ্যচিত্ৰৰে এই ৭ দিনীয়া মহোৎসৱ মুকলি কৰা হৈছিল। এইবেলি মহোৎসৱত ৫৯খন দেশৰ ৬১ টা ভাষাৰ মুঠ ৩১৪খন চলচ্চিত্র প্রদর্শন কৰা হয়। ইয়াৰ ভিতৰত ৮খন চলচ্চিত্ৰৰ বিশ্ব প্রিমিয়াৰ, ৫খনৰ আন্তঃৰাষ্ট্ৰীয় প্ৰিমিয়াৰ, ১৮খনৰ এছিয়া প্ৰিমিয়াৰ আৰু ২১খনৰ ভাৰত প্ৰিমিয়াৰ অনুষ্ঠিত হয়। সমগ্ৰ দেশৰ দৰ্শকৰ মাজত উৎসৱৰ প্ৰসাৰ ঘটোৱাৰ উদ্দেশ্য মুম্বাইৰ উপৰি দি...