September 1, 2024 8:14 PM

views 43

ইটানগৰত উত্তৰ-পূব অঞ্চলত কৃষকৰ আয় বৃদ্ধিৰ বাবে সংহত মেথোন পালন শীর্ষক দুদিনীয়া ৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ শুভাৰম্ভ

অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল প্রাক্তন লেফটেনেণ্ট জেনেৰেল কে টি পাৰনায়কে আজি মেথোন দিৱস উপলক্ষে ইটানগৰত ভাৰতৰ উত্তৰ-পূব অঞ্চলত কৃষকৰ আয় বৃদ্ধিৰ বাবে সংহত মেথোন পালন শীর্ষক দুদিনীয়া ৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ শুভাৰম্ভ কৰে। তেওঁ মেথোন সম্পৰ্কীয় পুস্তিকা, ৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰাৰ লগতে প্ৰগতিশীল মেথোন পালকসকলক বঁটা প্ৰদান কৰে। উদ্বোধনী ভাষণত ৰাজ্যপালগৰাকীয়ে আশা প্ৰকাশ কৰে যে এই দিৱস উদযাপন আৰু ৰাষ্ট্ৰীয় আলোচনা চক্ৰই মেথোনৰ সুৰক্ষা সংৰক্ষণ আৰু অনুকূল ব্যৱহাৰৰ ওপৰত গুৰুত্বপূৰ্ণ ...