October 17, 2024 11:00 AM

views 64

নতুন দিল্লীত আজিৰে পৰা নিটি আয়োগৰ দুদিনীয়াকৈ আন্তঃৰাষ্ট্ৰীয় মিথানল আলোচনা চক্ৰ আৰু প্ৰদৰ্শনীৰ আয়োজন

নতুন দিল্লীত আজিৰে পৰা নিটি আয়োগে দুদিনীয়াকৈ চলিত বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় মিথানল আলোচনা চক্ৰ আৰু প্ৰদৰ্শনীৰ আয়োজন কৰিছে৷ আমেৰিকাৰ মিথানল প্ৰতিষ্ঠানৰ সহযোগত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত মিথানল উৎপাদন, প্ৰয়োগ আৰু ইয়াৰ প্ৰযুক্তিগত বিকাশৰ সৈতে জড়িত প্ৰকল্প, সামগ্ৰী আৰু গৱেষণা আৰু উন্নয়নৰ উদ্যমৰ অগ্ৰগতিত আলোকপাত কৰা হ'ব ।