July 27, 2026 7:56 PM

views 3

ডিব্ৰুগড় আৰু গোলাঘাট জিলাৰ স্বাস্থ্য সেৱা ব্যৱস্থা পর্যালোচনা কৰাৰ লক্ষ্যৰে মন্ত্ৰী অশোক সিংহলৰ গুৰুত্বপূৰ্ণ বৈঠক

ডিব্ৰুগড় আৰু গোলাঘাট জিলাৰ প্ৰতিগৰাকী নাগৰিকলৈ গুণগত সুলভ আৰু সময় উপযোগী স্বাস্থ্য সেৱা নিশ্চিত কৰাৰ লক্ষ্যৰে গুৱাহাটী মহানগৰীৰ দিছপুৰত এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হয়।  স্বাস্থ্য আৰু পৰিয়ালকল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত দুয়োখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ সামগ্রিক অগ্ৰগতিৰ পর্যালোচনাৰ বিষয়ে আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে বৈঠকত স্বাস্থ্য বিভাগৰ বিভিন্ন অগ্ৰাধিকাৰমূলক আঁচনিৰ ৰূপায়ণৰ স্থিতি বিষদভাৱে পৰ্যালোচনা কৰাৰ লগতে জনস্বাস্থ্য ব্যৱস্থা অধিক শক্তিশালী কৰাৰ ...