June 13, 2026 1:31 PM

views 24

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ বিভাগীয় পর্যালোচনা বৈঠক

ডিমা হাচাওৰ অভিভাৱক মন্ত্রী কৃষ্ণেন্দু পালে কালি হাফলঙৰ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ সভাগৃহত এখন বিভাগীয় পর্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত শ্রী পালে জিলাখনত ৰূপায়ণ হৈ থকা বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। তেওঁ লগতে বাৰিষা কালৰ প্ৰতি লক্ষ্য ৰাখি জিলা দুর্যোগ ব্যবস্থাপনা প্ৰাধিকৰণৰ প্ৰস্তুতিৰো বুজ লয়। মন্ত্ৰীগৰাকীয়ে সম্ভাব্য বান, খহনীয়া প্ৰতিৰোধৰ উপৰি সময়মতে সঁহাৰি দিয়া তথা কাৰ্যকৰী দুর্যোগ ব্যৱস্থাপনা গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অভ...