July 24, 2026 10:00 PM
1
চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসা মহাবিদ্যালয়সমূহত স্নাতক আৰু স্নাতকোত্তৰ আসনৰ সংখ্যা বৃদ্ধি
চৰকাৰে চিকিৎসা মহাবিদ্যালয় আৰু এই মহাবিদ্যালয়সমূহত স্নাতক আৰু স্নাতকোত্তৰ আসনৰ সংখ্যা বৃদ্ধি কৰিছে। লোকসভাত আজি এটা লিখিত উত্তৰত স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ ৰাজ্যমন্ত্ৰী অনুপ্রিয়া পেটেলে কয়, যে চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ৩৮৭ ৰ পৰা ৮৪৪ লৈ বৃদ্ধি পাইছে। ২০১৪ চনৰ পৰা বৰ্তমানলৈকে স্নাতকৰ আসনৰ সংখ্যা ৫১ হাজাৰ ৩৪৮ ৰ পৰা ১ লাখ ৩৯ হাজাৰ ৪৮৯ লৈ বৃদ্ধি কৰা হৈছে। স্নাতকোত্তৰ আসনৰ সংখ্যা ৩১ হাজাৰ ১৮৫ ৰ পৰা ৮৬ হাজাৰ ৩৬০ লৈ বৃদ্ধি কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ দুৰ্গম আৰু ভিতৰুৱা অঞ্চলত ন...