May 9, 2025 8:01 PM

views 45

বৈদেশিক সচিব বিক্রম মিশ্রি, কর্ণেল ছোফিয়া কুৰেশ্বি, উইং কমাণ্ডাৰ ব্যোমিকা সিঙৰ সংবাদমেল

পাকিস্তানে আজি পুৱতি নিশাৰে পৰা দেশৰ পশ্চিম অংশৰ জম্মু আৰু কাশ্মীৰৰ লে'হৰ পৰা গুজৰাটৰ চাৰ ক্ৰিকলৈকে সম্পূর্ণ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ৩৬ খন স্থানত শক্তিশালী কামান আৰু অস্ত্ৰ- শস্ত্ৰৰে আক্ৰমণ চলায়। ইয়াৰ উপৰিও পাকিস্তানে কেইবাটাও অঞ্চলত ড্রোনেৰে ভাৰতীয় সীমাৰ ভিতৰত সোমাই সশস্ত্র বাহিনীৰ ঘাটি আৰু গুৰুদ্বাৰাকে ধৰি সৰ্বসাধাৰণৰ ৰাইজৰ বাসগৃহ আৰু সম্পত্তিৰ ওপৰত আক্রমণ চলোৱাৰ চেষ্টা কৰে। ভাৰতীয় আকাশমাৰ্গ প্ৰতিৰক্ষা প্ৰণালী আৰু আন সামৰিক উপায়েৰে পাকিস্তানৰ আক্ৰমণৰ যোগ্য প্ৰত্যুত্তৰ দিয়া হয়। আজি বিয়...

May 31, 2024 11:56 AM

views 66

পেলেষ্টাইনৰ ৰাফাত ভালেমান অসামৰিক লোকে প্ৰাণ হেৰুওৱাত ভাৰতৰ গভীৰ উদ্বেগ প্ৰকাশ

ভাৰতে পেলেষ্টাইন মহানগৰৰ গাজাৰ দক্ষিণাঞ্চলৰ ৰাফাত ভালেমান অসামৰিক লোকে প্ৰাণ হেৰুওৱাত গভীৰ উদ্বেগ প্রকাশ কৰিছে। নতুন দিল্লীত কালি সংবাদমাধ্যমৰ আগত বৈদেশিক পৰিক্ৰমা বিভাগৰ মুখপাত্র ৰনধীৰ জয়ছোৱালে কয় যে, ৰাফাৰ আশ্ৰয় শিবিৰত ভালমান লোকে প্ৰাণ হেৰুওৱা ঘটনা অতি উদ্বেগজনক। তেওঁ কয় যে, ভাৰতে দেশ দুখনৰ সংঘাটৰ সময়ত আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ আইন অনুসৰি একেৰাহে অসামৰিক লোকৰ সুৰক্ষাৰ হকে মাত মাতি আহিছে। তেওঁ কয় যে ইজৰাইল কৰ্তৃপক্ষই ইতিমধ্যে এই শোকাবহ ঘটনাৰ বাবে দায়িত্ব স্বীকাৰ কৰিছে আৰু ইয়াৰ তদন্ত ঘ...