November 30, 2025 12:14 PM

views 93

মন কি বাতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মৌ পালনেৰে ব্যৱসায়ত অধিক উপাৰ্জনৰে স্বাৱলম্বিতা গঢ়াৰ আহ্বান

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কি বাত অনুষ্ঠানত মৌ উৎপাদন আৰু ব্যৱসায়ৰ কথা উল্লেখ কৰি কয় যে  মৌৰ সোৱাদ আৰু মৌৰ আহৰণত কিমান পৰিক্ৰমা জড়িত হৈ থাকে আৰু প্ৰকৃতিৰ সৈতে সন্তুলন ৰক্ষা কৰি কাম কৰা হয়। কাশ্মীৰৰ পাহাৰীয়া অঞ্চলত হোৱা বন তুলসী অর্থাৎ চুলাই নামৰ ফুলবিধৰ ৰসৰ পৰা আহৰণ কৰা বগা মৌক ৰামবন মৌ বুলি কোৱা হয়। ই GI Tag লাভ কৰিবলৈ সক্ষম হৈছে। এতিয়া গোটেই দেশতে ই বিখ্যাত হৈ পৰিছে। দক্ষিণ কন্নড়া জিলাৰ পুত্তুৰ নামৰ ঠাইৰ মৌ উৎকৃষ্ট বুলি ধৰা হয়। এতিয়া গ্রামজন্য নামৰ এটি সংস্থাই এই অঞ্চল...