May 25, 2025 7:10 PM

views 68

ৰাইজিং নৰ্থ-ইষ্ট শীৰ্ষ সন্মিলনৰ প্ৰশংসা কৰি উত্তৰ পূৰ্বাঞ্চল বিভিন্ন ক্ষেত্ৰত অভিনৱ বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত কালি সামৰণি পৰা ৰাইজিং নৰ্থ-ইষ্ট শীৰ্ষ সন্মিলনৰ প্ৰশংসা কৰি উত্তৰ পূৰ্বাঞ্চল বিভিন্ন ক্ষেত্ৰত অভিনৱ বুলি মন্তব্য কৰিছে। আকাশবাণীৰ মন কী বাত অনুষ্ঠানত আজি তেওঁ উত্তৰ-পূবক ভূয়সী প্রশংসা কৰে। ছিকিমৰ পৰম্পৰাগত হস্ততাঁত-বস্ত্ৰশিল্পৰ, আধুনিকতাৰ সৈতে সংমিশ্রন ঘটাই থলুৱাভাৱে আকর্ষণীয় বস্ত্ৰ সামগ্রী উৎপাদন কৰা Crafted Fibers নামৰ প্ৰতিষ্ঠানটোৰ প্ৰধানমন্ত্ৰীয়ে শলাগ লয়। এগৰাকী পশু চিকিৎসকৰ উদ্যোগত ভেড়া আৰু শহাপহুৰ নোমৰ পৰা উৎপাদিত ঊণক প্ৰাকৃতিক ৰঙৰ জৰিয়তে আ...

May 25, 2025 11:59 AM

views 75

মৌ মাথোঁ মিঠা সোৱাদেই নহয়, বৰং স্বাস্থ্য, স্বাৱলম্বন আৰু আত্মনিৰ্ভৰতাৰো এক প্রতীকঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

 আকাশবাণীযোগে প্ৰচাৰিত মন কী বাতৰ ১২২ সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে যোৱা ২০ মে তাৰিখে বিশ্ব মৌমাখি দিৱস পালন কৰা হৈছিল। এই দিৱসে আমাক সোঁৱৰাই দিছিল যে মৌ মাথোঁ মিঠা সোৱাদেই নহয়, বৰং স্বাস্থ্য, স্বাৱলম্বন আৰু আত্মনিৰ্ভৰতাৰো এক প্রতীক। যোৱা ১১ টা বছৰত মৌ পালনৰ ক্ষেত্ৰত ভাৰতত এক বিপ্লৱৰ সূচনা হৈছে। আজিৰ পৰা ১০-১১ বছৰ পূৰ্বে ভাৰতত বছৰি প্ৰায় ৭০-৭৫ হাজাৰ মেট্রিক টন মৌ উৎপাদন হৈছিল। বৰ্ত্তমান এই পৰিমাণ ১ লাখ ২৫ হাজাৰ মেট্রিক টনলৈ বৃদ্ধি পাইছে। অর্থাৎ মৌ উৎপাদনত ৬০ শতাংশ পৰিমাণ ব...

May 25, 2025 11:48 AM

views 64

উত্তৰ পূৰ্বাঞ্চলৰ সামৰ্থ-প্ৰতিভা সঁচাই অদ্ভুত বুলি মন কী বাতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য

আকাশবাণীযোগে প্ৰচাৰিত মন কী বাতৰ ১১২ সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূৰ্বাঞ্চলৰ বিষযে উল্লেখ কৰি কয় যে উত্তৰ পূৰ্বাঞ্চলৰ সামৰ্থৰ বাবে সমৰ্পিত অষ্টলক্ষ্মী মহোৎসৱো পালন কৰিছিলো। উত্তৰ পূৰ্বাঞ্চলৰ কথাই সুকীয়া। এই অঞ্চলৰ সামৰ্থ, ইয়াৰ প্ৰতিভা সঁচাই অদ্ভুত। শ্ৰীমোদীয়ে Crafted Fibbers অৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় ই মাথো এটা Brand নহয়, ই হৈছে চিকিমৰ পৰম্পৰা, বয়নৰ কলা আৰু আধুনিক সৌন্দৰ্যশৈলীৰ চিন্তা- এই তিনিওটাৰে সুন্দৰ সংগম। ইয়াক আৰম্ভ কৰিছিল ড০ চেৱাং মোৰবু ভূটিয়াই। তেখেত পশু ...