January 21, 2026 9:24 PM

views 39

মণিপুৰ, মেঘালয় আৰু ত্ৰিপুৰাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীৰ শুভেচ্ছা

গৃহমন্ত্রী অমিত শ্বাহে আজি মণিপুৰ, মেঘালয় আৰু ত্ৰিপুৰাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এলানি বাৰ্তাত গৃহমন্ত্ৰীগৰাকীয়ে কয় যে মণিপুৰৰ লোকসকল যথেষ্ট সংস্কৃতিবান আৰু প্ৰতিভাশালী। তেওঁ লগতে আগন্তুক প্ৰতিষ্ঠা দিৱসলৈ ৰাজ্যখনৰ উন্নয়ন আৰু প্ৰগতি কামনা কৰে। মেঘালয়ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে গৃহমন্ত্ৰীগৰাকীয়ে কয় যে জৈৱ-বৈচিত্ৰ্যৰে সমৃদ্ধ এই ৰাজ্যখন শিল্প সংস্কৃতিৰ ক্ষেত্ৰতো চহকী। গৃহমন্ত্ৰী শ্বাহে ত্ৰিপুৰাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শুভেচ্ছা জনাই ৰাজ্যখনৰ উন্নয়ন আৰু বিকাশ কা...