October 11, 2025 8:24 PM

views 28

মংগোলিয়াৰ ৰাষ্ট্ৰপতি খুৰেলছুখ উখনা সোমবাৰে নতুন দিল্লীলৈ আহিব

ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মুৰ আমন্ত্রণ ক্রমে মংগোলিয়াৰ ৰাষ্ট্ৰপতি খুৰেলছুখ উখনা সোমবাৰে চাৰিদিনীয়া ভ্রমণসূচী লৈ নতুন দিল্লীলৈ আহিব। ৰাষ্ট্রপতি হিচাপে এয়া হ'ব তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণ। তেওঁৰ লগত কেবিনেট মন্ত্রী, সাংসদ, জ্যেষ্ঠ চৰকাৰী বিষয়া, আগশাৰীৰ ব্যৱসায়ী আৰু সাংস্কৃতিক প্রতিনিধিৰে গঠিত এটা উচ্চ পৰ্যায়ৰ দলো আহিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে প্রকাশ কৰা অনুসৰি ৰাষ্ট্ৰপতি শ্রীমতী মুর্মুৱে অভ্যাগত ৰাষ্ট্ৰপতিগৰাকীৰ সন্মানার্থে ভোজমেলৰ আয়োজন কৰিব। ৰাষ্ট্ৰপতি উখনাই প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ সৈ...