February 16, 2025 8:58 PM

views 30

আফ্ৰিকাৰ অন্যতম সোণ উৎপাদনকাৰী দেশ মালিৰ সোণৰ খনিত সংঘটিত দুৰ্ঘটনাত ৪২ গৰাকী লোক নিহত

আফ্ৰিকাৰ অন্যতম সোণ উৎপাদনকাৰী দেশ মালিৰ পূব দিশৰ সোণৰ খনিত হোৱা দুৰ্ঘটনাত ৪২ গৰাকী লোক নিহত হোৱাৰ লগতে কেইবাগৰাকীও আহত হৈছে। স্থানীয় বিষয়াসকলে প্ৰকাশ কৰা অনুসৰি, ডাবিয়াৰ বিলালী ক'ৰ্টত কালি এই ঘটনা সংঘটিত হয়। কেনিয়াবা জিলাৰ চৰকাৰী প্ৰতিনিধি মহম্মদ ডিক'ৱে ৪২ গৰাকী লোকৰ মৃত্যু হোৱা বুলি সদৰী কৰিছে। চীনৰ নাগৰিকৰ তত্বাৱধানত থকা এই সোণৰ খনিৰ বৈধতা সন্দৰ্ভত কর্তৃপক্ষই তদন্ত অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে, চলিত বৰ্ষত মালীৰ খনিত হোৱা এইটো দ্বিতীয় দুৰ্ঘটনা। যোৱা মাহত কৌলিকৰ অঞ্চলত হোৱা এটা ভূমি স্খ...