January 21, 2025 6:58 PM

views 36

মাজুলী জিলা সাংবাদিক সন্থাৰ দত্তদেৱ গোস্বামী সোঁৱৰণী গ্ৰাম্য সাংবাদিকতা বঁটাৰ বাবে আবেদন আহ্বান

মাজুলী জিলা সাংবাদিক সন্থাৰ দ্বাৰা প্ৰৱৰ্তিত দত্তদেৱ গোস্বামী সোঁৱৰণী গ্ৰাম্য সাংবাদিকতা বঁটাৰ বাবে আবেদন আহ্বান কৰা হৈছে। অসমভিত্তিক এই বঁটাৰ বাবে আগ্রহী সাংবাদিকসকলে ২০২৪ বৰ্ষৰ ১ জানুৱাৰীৰ পৰা ৩১ ডিচেম্বৰৰ ভিতৰত প্ৰকাশিত মানসম্পন্ন বুলি গণ্য কৰা ৩ টা বাতৰিৰ মূল কপিসহ ৩টাকৈ মুঠ ৯ টা প্রতিলিপি গাঁঠি দিব লাগিব। ৰাজ্যৰ কলা-সংস্কৃতিৰ লগতে মাজুলীৰ কলা-সংস্কৃতিক প্রাধান্য দি আর্থসামাজিক দিশ প্ৰতিফলিত হোৱাকৈ প্ৰকাশিত সংবাদক প্রাধান্য দিয়া হ'ব। আবেদনকাৰী সাংবাদিকসকল কোনো সাংবাদিক সংগঠনৰ সৈতে জড়িত থকা...