October 23, 2024 6:00 PM

views 55

মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ বাবে শিৱসেনাৰ ৪৫ জনীয়া প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্রকাশ

মহাৰাষ্ট্ৰৰ সমাগত বিধানসভা নিৰ্বাচনৰ বাবে শিৱসেনাই ৪৫ জনীয়া প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্রকাশ কৰিছে। মুখ্যমন্ত্রী একনাথ সিন্দেই বর্তমান প্রতিনিধিত্ব কৰি থকা ক'প্ৰি-পাচপাখী বিধানসভা সমষ্টিৰ পৰা প্রতিদ্বন্দ্বিতা কৰিব। ইফালে ৰাজ্যখনৰ মন্ত্ৰী আব্দুল ছাট্টাৰে ছিল্ল'ড, সঞ্জয় ৰাথোৰে দিগৰাজ, সন্তোষ বাংলাৰে কালমনুৰী আৰু সঞ্জয় শ্ৰীছাটে পশ্চিম সম্ভাজিনগৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। ইতিমধ্যে মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাই তেওঁলোকৰ ৪৫ জনীয়া প্ৰাৰ্থীৰ দ্বিতীয়খন তালিকা ঘোষণা কৰিছে। এম এন এছ মুৰববী ৰাজথাকৰেৰ পুত...