March 16, 2025 2:15 PM

views 37

মহাৰাষ্ট্ৰ বিধান পৰিষদৰ ৫ খন আসনৰ উপ নির্বাচনৰ বাবে বিজেপিৰ ৩ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা

মহাৰাষ্ট্ৰ বিধান পৰিষদৰ ৫ খন আসনৰ বাবে অহা ২৭ মাৰ্চত হবলগীয়া উপ নির্বাচনৰ বাবে বিজেপিয়ে ৩ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। দলে নাগপুৰৰ প্ৰাক্তন মেয়ৰ সন্দীপ দিৱাকাৰাও যোশীৰ লগতে ৰাজ্যিক বিজেপি গোটৰ সাধাৰণ সম্পাদক সঞ্জয় কৃষ্ণৰাও কেনেকাৰ আৰু প্ৰাক্তন বিধায়ক দাদাৰাও য়াদৱৰাওক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে। উল্লেখযোগ্য যে যোৱা বছৰৰ নৱেম্বৰত হোৱা বিধানসভা নিৰ্বাচনত বৰ্তমানৰ বিধান পৰিষদৰ ৫ গৰাকী সদস্য জয়ী হোৱাৰ পৰিপ্ৰেক্ষিতত এই উপ নিৰ্বাচনৰ প্ৰয়োজন আহি পৰিছে। এই নিৰ্বাচনৰ বাবে মনোনয়ন পত্র দাখিলৰ কাই...