August 2, 2026 9:15 PM
5
মাধৱদেৱ বিশ্ববিদ্যালয়ৰ দেশৰ শীৰ্ষৰ ৫০খন সেউজ বিশ্ববিদ্যালয়ৰ ভিতৰত স্থান লাভ
ৰাজ্যৰ অগ্ৰণী শিক্ষা প্রতিষ্ঠান মাধৱদেৱ বিশ্ববিদ্যালয়ে দেশৰ শীৰ্ষৰ ৫০ খন সেউজ বিশ্ববিদ্যালয়ৰ ভিতৰত স্থান লাভ কৰিছে। বিশ্ববিদ্যালয়খনে চলিত বৰ্ষৰ ৰাষ্ট্ৰীয় সেউজ বিশ্ববিদ্যালয়ৰ তালিকাত ৫০ সংখ্যক স্থান লাভ কৰাৰ জৰিয়তে ৰাজ্যখনৰ উচ্চ শিক্ষাখণ্ডত হোৱা গুৰুত্বপূৰ্ণ অগ্রগতি প্রতিফলিত হৈছে। এই সাফল্যই স্থায়ীত্ব, জলবায়ু অনুকূল কাৰ্য্যপন্থা তথা পৰিৱেশৰ প্ৰতি দায়িত্বশীল প্রাংগন গঢ়ি তোলাৰ প্ৰতি ৰাজ্যৰ প্ৰতিশ্ৰুতি দৃষ্টিগোচৰ হোৱাৰ সমান্তৰালকৈ সেউজ উচ্চ শিক্ষাখণ্ডত উত্তৰ পূৰ্বাঞ্চলৰ অগ্রগতিও পৰিলক্ষিত হৈছে। ব...