March 28, 2025 1:02 PM

views 33

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি ৰয়েল চেলেঞ্জার্ছ বেংগালুৰু আৰু চেন্নাই ছুপাৰ কিংছৰ মেচ

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি চেন্নাইত হ'বলগীয়া এখন খেলত ৰয়েল ছেলেঞ্জার্ছ বেংগালুৰু চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। ইপিনে, লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে যোৱানিশা হায়দৰাবাদত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদক ৫ উইকেটত পৰাস্ত কৰে। লক্ষ্ণৌ দলে ১৯১ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৬ অভাৰ আৰু এটা বলত ৫টা উইকেট হেৰুৱাই ১৯৩ ৰান কৰে। লক্ষ্ণৌ ছুপাৰ জায়েণ্টৰ হৈ নিক'লাছ পুৰাণে ২৬টা বলত ৭০ ৰান আৰু মিছেল মাৰ্চে ৩১টা বলত ৫২ ৰান কৰে। হায়দৰাবাদৰ অধিনা...