March 24, 2025 9:12 PM

views 21

লোকসভাত ২০২৫ বৰ্ষৰ বিত্তীয় বিধেয়ক সন্দৰ্ভত আলোচনা

লোকসভাত আজি ২০২৫ বৰ্ষৰ বিত্তীয় বিধেয়ক সন্দৰ্ভত আলোচনা অনুষ্ঠিত হৈছে। আলোচনা আৰম্ভ কৰি কংগ্ৰেছৰ শশী থাৰুৰে দেশৰ সামগ্ৰী আৰু সেৱা কৰ ব্যৱস্থা বৰ জটিল বুলি মন্তব্য কৰে। তেওঁ কয়, যে মিষ্টান্ন সৰু সৰু ব্যৱসায়িক প্ৰতিষ্ঠানে ১৮ শতাংশ সামগ্ৰী আৰু সেৱা কৰ পৰিশোধ কৰিবলগীয়া হৈছে কিন্তু নামকৰণৰ একৰূপতা প্ৰণালী– এইচ এছ এন কোডৰ এটা যথোচিত ব্যৱস্থা নথকাৰ ফলত সেইসমূহে ইনপুত ক্রেডিট লাভ কৰিব পৰা নাই। শ্ৰীথাৰুৰে কৰ আদায় দিয়া জনসাধাৰণে উপযুক্ত ৰেহাই লাভ কৰা উচিত বুলিও মন্তব্য কৰে। বিজেপিৰ নিশিকান্ত ডুবেই আল...