July 12, 2026 12:18 PM
3
চেক গণৰাজ্যৰ লিণ্ডা না’ছক’ভাই উইম্বলডন টেনিছ প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ খিতাপ দখল কৰিছে
চেক গণৰাজ্যৰ লিণ্ডা না'ছক'ভাই উইম্বলডন টেনিছ প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ খিতাপ দখল কৰিছে। ২১ বছৰীয়া খেলুৱৈগৰাকীয়ে যোৱানিশা লণ্ডনত অনুষ্ঠিত ফাইনেলত নিজ দেশৰেই কেৰালিনা মুকোৱাক ৬-২, ৫-৭, ৬-৩ ছেটত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাৰ খিতাপ অর্জন কৰে। ইয়াৰ লগে লগে নাছক'ভা বিগত ৪ বছৰত এই খিতাপ অৰ্জন কৰা চেক গণৰাজ্যৰ তৃতীয়গৰাকী খেলুৱৈ ৰূপে পৰিগণিত হয়। ইয়াৰ পূৰ্বে ২০২৩ চনত মার্কেটা ৱ'নড্রোছোভা আৰু ২০২৪ চনত বাৰবোৰা ক্ৰেজিছকোভাই প্রতিযোগিতাৰ খিতাপ দখল কৰিছিল। ইপিনে, পুৰুষৰ ছিংগলছৰ ফাইনেলত আজি নিশা বিশ...