August 25, 2025 9:32 PM

views 29

উগ্রপন্থী সংগঠন হিজবুল্লাক নিৰস্ত্ৰ কৰা সন্দৰ্ভত লেবানন চৰকাৰৰ সিদ্ধান্তক ইজৰাইলৰ আদৰণি

উগ্রপন্থী সংগঠন হিজবুল্লাক এইবছৰৰ শেষৰ ফাললৈ নিৰস্ত্ৰ কৰা সন্দৰ্ভত লেবানন চৰকাৰে লোৱা সিদ্ধান্তক ইজৰাইলে আদৰণি জনাইছে। ইজৰাইলী প্রধানমন্ত্ৰী নেতান্যাহুৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা এটা বিবৃতিত কোৱা হৈছে যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ এই সম্পৰ্কীয় প্ৰস্তাৱ মৰ্মে দেশখনৰ সেনা বাহিনীক জড়িত কৰিবলৈ লেবাননৰ প্ৰধানমন্ত্রী নাৱাফ চালামে কৰা ঘোষণাক ইজৰাইলে সমৰ্থন কৰে। বিবৃতিটোত হিজবুল্লাৰ পৰা অস্ত্ৰ আঁতৰোৱাৰ সিদ্ধান্তই লেবাননক ইয়াৰ সাৰ্বভৌমত্ব আৰু ৰাষ্ট্ৰীয় কৰ্তৃত্ব বহিঃপ্ৰভাৱৰ পৰা মুক্ত কৰিব বুলি আস্থা প্ৰকাশ ...