May 22, 2024 9:48 AM

views 25

লোকসভা নিৰ্বাচনৰ অন্তিম দুটা পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান পূৰ্ণ গতিত অব্যাহত

দেশত লোকসভা নিৰ্বাচনৰ পৰৱৰ্ত্তী দুটা পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান পূৰ্ণ গতিত অব্যাহত আছে। বিভিন্ন ৰাজনৈতিক দলৰ শীৰ্ষ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ উদ্দেশ্যে ষষ্ঠ আৰু সপ্তম তথা অন্তিম পৰ্যায়ত সামৰি ল'বলগীয়া সমষ্টিসমূহত ইখনৰ পিছত সিখনকৈ নিৰ্বাচনী সভাত ভাগ লোৱা পৰিলক্ষিত হৈছে। ২৫ মে'ত আৰু ১ জুনত ষষ্ঠ আৰু সপ্তম পৰ্যায়ত ৫৭ টাকৈ সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁৰ সংসদীয় সমষ্টি উত্তৰ প্ৰদেশৰ বাৰানসীত মহিলাসকলৰ এটা সমাবেশত অংশ লৈ কয় যে আই এন ডি...