August 28, 2025 9:25 PM

views 66

জম্মু কাশ্মীৰৰ অধকুৱাৰীৰ যাত্ৰাপথত সংঘটিত ভয়াৱহ ভূমিস্খলনত কেবাজনো লোকৰ প্রাণ হানি হোৱাৰ লগতে বহু লোক আহত

জম্মু কাশ্মীৰৰ অধকুৱাৰীৰ যাত্ৰাপথত সংঘটিত ভয়াৱহ ভূমিস্খলনত কেবাজনো লোকৰ প্রাণ হানি হোৱাৰ লগতে বহু লোক আহত হোৱাৰ পাছত আজি একেৰাহে তৃতীয় দিনৰ বাবে ৰিয়াছি জিলাৰ ত্ৰিকুটা পাহাৰৰ ওপৰত শ্ৰী মাতা বৈষ্ণো দেৱী যাত্রা স্থগিত ৰখা হৈছে। আকাশবাণী জম্মুৰ সংবাদদাতাই জনোৱা মতে চলিত সপ্তাহৰ আৰম্ভণিতে সংঘটিত এই ভয়াৱহ দুর্ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। প্রশাসনে তীর্থযাত্ৰীসকলৰ সুৰক্ষা আৰু নিৰাপত্তাক অগ্ৰাধিকাৰ দিছে বুলি বিষয়াসকলে জানিবলৈ দিয়ে। শ্রীমাতা বৈষ্ণোদেৱী ব'র্ডে ভক্তসকলক তীর্থযাত্ৰাৰ বাবে পৰৱ...

July 7, 2025 7:00 PM

views 71

ভূমিস্খলনৰ ফলত লামডিং-বদৰপুৰৰ ৰে’লপথৰ কেইবাখনো ৰে’ল বাতিল

উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ লামডিং-বদৰপুৰ পাহাৰ ৰে'ল লাইনৰ মুপা-দিহাখো ষ্টেচনৰ মাজত আজি পুৱাৰ ভাগত হোৱা ভূমিস্খলনৰ ফলত কেইবাখনো ৰে'ল বাতিল কৰা হৈছে। ভূমিস্খলনৰ বাবে আজি পুৱা গুৱাহাটীৰ পৰা শিলচৰ অভিমুখী ৰে'লখন পুনৰ গুৱাহাটীলৈ ঘূৰাই অনাৰ লগতে শিলচৰৰ পৰা গুৱাহাটী অভিমুখী যাত্ৰীবাহী ৰে'লখনো বদৰপুৰৰ পৰাই ঘূৰাই নিয়া হয়। আমাৰ শিলচৰৰ সংবাদদাতাই জনোৱা মতে পাহাৰৰ পৰা শিল আৰু মাটি খহি আহি ৰে'ল পথছোৱা বন্ধ হৈ পৰাত উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ ছখন ৰে'ল আংশিকভাৱে বাতিল, আঠখন ৰে'ল সম্পূৰ্ণৰূপে বাতিল, তিনিখন ৰে'লৰ...

June 3, 2025 1:05 PM

views 47

অসমৰ লগতে উত্তৰ-পূবৰ প্ৰায়কেইখন ৰাজ্যতে ধাৰাসাৰ বৰষুণৰ ফলত বান, ভূমিস্খলন আৰু খহনীয়াৰ জটিল ৰূপ ধাৰণ

অসমৰ লগতে উত্তৰ-পূবৰ প্ৰায়কেইখন ৰাজ্যতে ধাৰাসাৰ বৰষুণৰ ফলত বান, ভূমিস্খলন আৰু খহনীয়াই জটিল ৰূপ ধাৰণ কৰিছে। ছিকিমত প্রবল বৰষুণৰ পাছত হোৱা ভূমিস্খলনত তিনিজন সেনা বাহিনীৰ জোৱানৰ মৃত্যু হোৱাৰ লগতে ছজন লোক সন্ধানহীন হৈ আছে। উত্তৰ ছিকিমত লাচুং আৰু চুংথাঙত আবদ্ধ হৈ পৰা এহেজাৰ ৬৭৮ গৰাকী পৰ্যটকক কালি নিৰাপদে উদ্ধাৰ কৰা হয় যদিও শতাধিক পর্যটক এতিয়াও লাচেনত আবদ্ধ হৈ আছে বুলি ৰাজ্যখনৰ আৰক্ষী সঞ্চালকপ্ৰধান অক্ষয় সচদেৱাই প্ৰকাশ কৰিছে। মিজোৰামত ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা বান পৰিস্থিতিৰ বাবে কালি তৃতীয়...

May 28, 2024 7:41 PM

views 55

মিজোৰামত ভূমিস্খলনত ২৩ জন লোকৰ মৃত্যু

মিজোৰামত হোৱা ভূমিস্খলনৰ ফলত ২৩ জন লোকৰ মৃত্যু হৈছে। এটা শিলৰ কুৱেৰিৰ বাহিৰত হোৱা এই ভূমিস্খলনত মৃত্যু হোৱা ৯ জন ব্যক্তিৰ মৃতদেহ এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা হোৱা নাই। মৃতদেহকেইটাৰ উদ্ধাৰৰ বাবে অভিযান অব্যাহত আছে।

May 25, 2024 5:31 PM

views 49

পাপুৱা নিউগিনিৰ এংগা প্ৰদেশৰ কাউকালাম গাঁৱত ভূমিস্খলনত ৩০০ ৰো অধিক লোকৰ মৃত্যুৰ আশংকা

পাপুৱা নিউগিনিৰ এংগা প্ৰদেশৰ কাউকালাম গাঁৱত কালি হোৱা ব্যাপক ভূমিস্খলনৰ ফলত ৩০০ ৰো অধিক লোক মৃত্যু মুখত পৰাৰ আশংকা কৰা হৈছে। ভূমিস্খলৰ ফলত বিধবস্ত হৈ পৰা গাঁওখনৰ ১১ শতকৈও অধিক বাসগৃহ মাটিত পোতখোৱা বুলিও বিভাগীয় কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। আনহাতে দ্বীপ ৰাষ্ট্ৰখনৰ মুলিতাকা অঞ্চলৰ ৬খনৰো অধিক গাঁও এই ভূমিস্খনৰ দ্বাৰা প্ৰভাৱিত হৈছে বুলি জানিব পৰা গৈছে। দেশখনৰ প্ৰধানমন্ত্ৰী জেমছ মাৰাপেই দুৰ্যোগ প্রশমন, প্ৰতিৰক্ষা আৰু ঘাইপথ বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে সাহায্য আৰু উদ্ধাৰ কাৰ্যত সকলো ধৰণৰ সহায়-সহযোগিতা আগব...