October 2, 2026 11:53 AM

views 8

লাল বাহাদুৰ শাস্ত্ৰীৰ ১২২ সংখ্যক জন্মবার্ষিকীত প্রাক্তন প্ৰধানমন্ত্ৰীগৰাকীলৈ দেশবাসীৰ শ্রদ্ধার্ঘ্য

দেশবাসীয়ে লগতে লাল বাহাদুৰ শাস্ত্ৰীৰ ১২২ সংখ্যক জন্মবার্ষিকী উপলক্ষে প্রাক্তন প্ৰধানমন্ত্ৰীগৰাকীলৈ শ্রদ্ধার্ঘ্য নিবেদন কৰিছে। তেওঁ ১৯০৪ চনৰ ২ অক্টোবৰত পূৰ্বতে মোগল চৰায় নামেৰে পৰিচিত উত্তৰ প্ৰদেশৰ দীনদয়াল উপাধ্যায় নগৰত জন্মগ্রহণ কৰিছিল। প্ৰয়াত শাস্ত্রীয়ে কিশোৰ কালতে দেশৰ স্বাধীনতা সংগ্ৰামত যোগ দিছিল আৰু ১৯২১ চনত অসহযোগ আন্দোলনত ভাগ লৈছিল। স্বাধীনতা লাভৰ পাছত লাল বাহাদুৰ শাস্ত্ৰীয়ে উত্তৰ প্ৰদেশৰ কেইবাটাও গুৰুত্বপূৰ্ণ পদবীত কাৰ্যনিৰ্বাহ কৰিছিল আৰু পাছত কেন্দ্রীয় চৰকাৰতো গুৰুত্বপূৰ্ণ দায়িত্ব গ্রহণ ...