December 14, 2024 8:10 PM

views 21

লখিমপুৰ বাণিজ্য মহাবিদ্যালয় খেলপথাৰত আজিৰে পৰা লখিমপুৰ আন্তঃজিলা এথলেটিকছ চেম্পিয়নশ্বিপ

লখিমপুৰ জিলা ক্রীড়া সন্থাৰ উদ্যোগত লখিমপুৰ বাণিজ্য মহাবিদ্যালয় খেলপথাৰত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে সপ্তম বার্ষিক লখিমপুৰ আন্তঃজিলা এথলেটিকছ চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছে। ১৪ৰ পৰা ২০ বছৰ ঊৰ্ধ্বৰ আৰু অনূৰ্ধ্বৰ দুয়োটা শাখাতে অনুষ্ঠিত বিভিন্ন শাখাৰ খেলত জিলাখনৰ দুশৰো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে।