October 24, 2025 12:51 PM

views 55

ৰাষ্ট্ৰীয় সেউজ হাইড্রাজেন অভিযানৰ বাবে লগ’ৰ আৰ্হি প্রতিযোগিতা ঘোষণা

নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্র্যালয়ে ৰাষ্ট্ৰীয় সেউজ হাইড্রাজেন অভিযানৰ বাবে লগ'ৰ আৰ্হি প্রতিযোগিতা ঘোষণা কৰিছে। মন্ধ্যালয়ে এটা বিজ্ঞপ্তিযোগে জানিবলৈ দিছে যে, এই প্রতিযোগিতাত বিজয়ীগৰাকীক নগদ ১ লাখ টকাৰ পুৰস্কাৰ আৰু প্ৰমাণ-পত্ৰ প্ৰদান কৰা হ'ব। এই লগ'টোৰ আর্হিত এই অভিযানৰ কথা, সেউজ হাইড্রাজেন উৎপাদনৰ ক্ষেত্ৰত দেশৰ আত্ম-নিৰ্ভৰশীলতা তথা ইয়াৰ উৎপাদনৰ ক্ষেত্ৰত গোলকীয় হাব তথা ইয়াৰ ব্যৱহাৰ, ৰপ্তানি আদিৰ ক্ষেত্ৰত দেশ উদ্ভাসিত হৈ অহাটো প্রতিফলিত হ'ব লাগিব। অহা মাহৰ ৫ তাৰিখৰ ভিতৰত মাই গভ প'ৰ্টেলৰ যোগেদি ...