May 1, 2025 8:17 PM

views 61

সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰমিক দিৱস পালন

শ্ৰমিকসকলৰ ত্যাগ আৰু তেওঁলোকৰ কৰ্মৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ লগতে শ্ৰমিকসকলে লাভ কৰিবলগীয়া উচিত মর্যাদা সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে সমগ্ৰ বিশ্বতে আজি আন্তর্জাতিক শ্রমিক দিৱস পালন কৰা হয়। এই দিনটো মে' দিৱস হিচাপেও জনাজাত। কামৰ সময় দৈনিক সৰ্বাধিক ৮ ঘণ্টা নিৰ্ধাৰণৰ দাবীত ১৮৮৬ চনৰ আজিৰ দিনটোত আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকাগো চহৰত অনুষ্ঠিত এখন বিশাল শ্রমিক সমাবেশৰ স্মৃতিচাৰণেৰে বিশ্বজুৰি এই দিৱস পালন কৰা হয়। সমগ্ৰ বিশ্বৰ শ্রমিক শ্ৰেণীৰ কল্যাণৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি পালন কৰা এই শ্রমিক দিৱসৰ সৈতে স...