July 20, 2026 7:05 PM

views 4

শ্রীভূমি জিলা আয়ুক্তৰ কাৰ্য্যালয়ত কৃষ্ণেন্দু পালৰ সভাপতিত্বত এখন গুৰুত্বপূৰ্ণ পৰ্য্যালোচনা বৈঠক অনুষ্ঠিত

শ্রীভূমি জিলা আয়ুক্তৰ কাৰ্য্যালয়ত আজি জনস্বাস্থ্য কাৰিকৰী আৰু বৰাক উপত্যকা উন্নয়ন বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পালৰ সভাপতিত্বত আৰু জিলা আয়ুক্তৰ উপস্থিতিত এখন গুৰুত্বপূৰ্ণ পৰ্য্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জিলাখনৰ বিভিন্ন গুৰুত্বপূৰ্ণ আন্তঃগাথনি আৰু জনকল্যাণমূলক প্রকল্পসমূহ নিৰ্মাণ আৰু ৰূপায়ন অগ্ৰগতিৰ বিষয়ে পৰ্য্যালোচনা কৰা হয়। লগতে প্রকল্পসমূহৰ ৰূপায়নৰ ক্ষেত্ৰত সন্মুখীন হোৱা প্ৰত্যাহবানৰ বিষয়ে বিষদ আলোচনা কৰা হয়। বৈঠকত শ্রীভূমি জিলাৰ আৰক্ষী অধীক্ষকৰ লগতে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী...