September 9, 2026 8:13 PM

views 6

শিলচৰৰ অসম সচিবালয়ত মন্ত্ৰী কৃষ্ণেন্দু পালৰ বৈঠক

বৰাক উপত্যকাৰ ৩ খন জিলাৰ ভাৰতমালা, অসমমালাকে ধৰি বিভিন্ন গুৰুত্বপূর্ণ প্ৰকল্পৰ অধীনত পথ আৰু আন্তঃগাঁথনি নিৰ্মাণৰ অগ্রগতি আৰু বিভিন্ন সমস্যাৰ পৰ্যালোচনাৰ বাবে আজি শিলচৰৰ অসম সচিবালয়ত এখন বৈঠক অনুষ্ঠিত হয়। বৰাক উপত্যাকাৰ উন্নয়ন বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পালৰ সৈতে এই বৈঠকত খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্রী কৌশিক ৰায়ে অংশগ্ৰহণ কৰে। বৰাক উপত্যকাৰ বিভিন্ন গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্ৰকল্পৰ অগ্ৰগতিৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়। মন্ত্রী কৃষ্ণেন্দু পালে মুখ্যমন্ত্রী নির্দেশ অনুযায়ী দুর্গাপূজাৰ পূৰ্বে গুৰুত্বপ...