October 27, 2026 6:16 PM
6
প্ৰাক্তন ৰাষ্ট্ৰপতি প্রয়াত কে আৰ নাৰায়ণনৰ জয়ন্তী উপলক্ষে ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৰ শ্রদ্ধা নিবেদন
ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে প্ৰাক্তন ৰাষ্ট্ৰপতি প্রয়াত কে আৰ নাৰায়ণনৰ জয়ন্তী উপলক্ষে আজি ৰাষ্ট্ৰপতি ভৱনত পুষ্পার্ঘ্য তৰ্পণ কৰি শ্রদ্ধা নিবেদন কৰে। উল্লেখযোগ্য যে নাৰায়ণনে ভাৰতৰ দশমগৰাকী ৰাষ্ট্ৰপতি হিচাপে ১৯৯৭ৰ পৰা ২০০২ চনলৈ দায়িত্ব নিৰ্বাহ কৰিছিল। ১৯২০ চনৰ ২৭ অক্টোবৰত কেৰালাৰ উঝাভূৰ গাঁৱত জন্ম হোৱা নাৰায়ণনে সাধাৰণ অৱস্থাৰ পৰা দেশৰ শীৰ্ষ সাংবিধানিক পদত অধিষ্ঠিত হোৱালৈ অতিক্ৰম কৰা যাত্ৰাত ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰমূল্যক প্ৰতিফলিত কৰে। এগৰাকী চিন্তাবিদ আৰু বাগ্মীপুৰুষ হিচাপে নাৰায়ণনৰ জ...