June 16, 2025 7:23 PM

views 39

ক’লকাতাত সংঘটিত ভয়াৱহ অগ্নিকাণ্ডত ১০০০তকৈও অধিক দোকান ভস্মীভূত

ক’লকাতাৰ খিদিপুৰ বজাৰ এলেকাত যোৱানিশা সংঘটিত এটা ভয়াৱহ অগ্নিকাণ্ডত এহেজাৰতকৈও অধিক সংখ্যক দোকান ভস্মীভূত হয়। পুৱতিনিশা প্রায় ২ বজাত সূত্ৰপাত ঘটা এই জুই নুমুৱাবৰ বাবে অগ্নি নির্বাপক বাহিনীৰ কুৰিখনতকৈও অধিক গাড়ীৰ ব্যৱহাৰ কৰিবলগীয়া হয়। অগ্নি নির্বাপন বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে এই অগ্নিকাণ্ডত চাউলৰ গুদামকে ধৰি ভালেমান দোকান ধ্বংসপ্রাপ্ত হয়। পশ্চিমবংগৰ অগ্নি আৰু জৰুৰী সেৱা বিভাগৰ মন্ত্ৰী সুজিত বসুৱে ঘটনাস্থলী পৰিদৰ্শন কৰি সকলোধৰণৰ প্ৰয়োজনীয় সহায়-সাহায্য আগবঢ়োৱাৰ আশ্বাস দিয়ে। স্থানীয় বা...