June 12, 2026 12:21 PM
18
খেতিয়কসকলক তৈল বীজৰ খেতি সন্দৰ্ভত তথ্য প্ৰদানৰ উদ্দেশ্যে কিষাণ মিত্ৰ সেৱা আৰম্ভ
দেশত খাৰিফ শস্যৰ খেতি আৰম্ভ হোৱাৰ সময়তে খেতিয়কসকলক তৈল বীজৰ খেতি সন্দৰ্ভত তথ্য প্ৰদানৰ উদ্দেশ্যে কিষাণ মিত্ৰ নামৰ হোৱাটছএপ আধাৰিত কৃত্রিম বুদ্ধিমত্তা পৰামৰ্শ সেৱা আৰম্ভ কৰা হৈছে। এই সেৱাৰ জৰিয়তে ম'বাইল ফোন যোগে পোনপটীয়াকৈ তথ্য প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই সেৱাৰ অধীনত দেশৰ যিকোনো প্ৰান্তৰ খেতিয়কে হোৱাটছএপৰ মাধ্যমেৰে শস্য সম্পৰ্কীয় বিনামূলীয়া, বিশ্বাসযোগ্য আৰু তাৎক্ষণিক পৰামৰ্শ লাভ কৰিব পাৰিব। হোৱাটছএপত ৪০২৪৫ ৯৮১৮০ নম্বৰটো তৈলবীজ কিষাণ মিত্ৰ ...