July 4, 2026 1:46 PM

views 8

কিৰণ তামুলী শিশু সাহিত্য ন্যাস চতুৰ্থ বৰ্ষৰ সাহিত্য বঁটাৰ বাবে শিশু গ্রন্থ আহ্বান

অসমীয়া শিশু সাহিত্যৰ চৰ্চা, সৃষ্টি আৰু উত্তৰণৰ উদ্দেশ্যে স্থাপিত কিৰণ তামুলী শিশু সাহিত্য ন্যাসে চতুৰ্থ বৰ্ষৰ সাহিত্য বঁটাৰ বাবে শিশু গ্রন্থ আহ্বান কৰিছে। এই বঁটাৰ বাবে ২০২১ চনৰ পৰা ২০২৫ চনৰ ভিতৰত প্ৰকাশিত গ্ৰন্থ গ্ৰহণ কৰা হ'ব। ডাঃ কিৰণময়ী তামুলীয়ে চিকিৎসা সেৱাৰ উপৰি শিশুৰ বাবে উপন্যাস, ভ্ৰমণ কাহিনী আৰু স্বাস্থ্য সম্পৰ্কীয় বিভিন্ন কিতাপ ৰচনা কৰিছিল। ২০২১ চনৰ ৯ অক্টোবৰত কোভিড ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা লেখিকাগৰাকীৰ স্মৃতিত ২০২২ চনৰ পৰা কিৰণ তামুলী শিশু সাহিত্য বঁটা প্ৰদান কৰি অহা হৈছে। প্...