December 30, 2025 10:13 AM

views 48

কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কিঞ্জাৰাপু ৰাম মোহন নাইডুৱে বেংগালুৰুত ধ্রুব এন জি হেলিকপ্টাৰৰ প্ৰথমটো উৰণৰ পতাকা জোকাৰি শুভাৰম্ভ কৰিব

কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কিঞ্জাৰাপু ৰাম মোহন নাইডুৱে আজি বেংগালুৰুত ধ্রুব এন জি হেলিকপ্টাৰৰ প্ৰথমটো উৰণৰ পতাকা জোকাৰি শুভাৰম্ভ কৰিব। হিন্দুস্তান এৰ’ন’টিক্স লিমিটেডে এন জি, অর্থাৎ নেক্সট জেনেৰেচন ধ্রুব হেলিকপ্টাৰখনক অসামৰিক পৰিবহণৰ বাবে সাজু কৰি তুলি চলিত বৰ্ষৰ এৰ' ইণ্ডিয়া প্ৰদৰ্শনীত দেশবাসীৰ আগত দাঙি ধৰিছিল। ৬ৰ পৰা ১৪ গৰাকী যাত্ৰী কঢ়িয়াব পৰা এই হেলিকপ্টাৰখনক পর্যটন তথা পৰিবহণৰ লগতে দুৰ্যোগ আৰু বানৰ ব্যৱস্থাপনাৰ দৰে অসামৰিক খণ্ডত ব্যৱহাৰ কৰা হ'ব। হেলিকপ্টাৰখনত থলুৱাভাৱে বিকশিত শ...