July 22, 2024 12:03 PM

views 42

কেৰালাত নিপা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত আইচিএমআৰৰ ছজনীয়া বিশেষজ্ঞৰ দল কোজিকোডত উপস্থিত

কেৰালাত নিপা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ- আইচিএমআৰৰ ছজনীয়া বিশেষজ্ঞ এটা দল কোজিকোডত উপস্থিত হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে কেৰালাৰ স্বাস্থ্য বিভাগক নিপা ভাইৰাছ সংক্ৰমণৰ সন্দৰ্ভত বিষয়টোৰ অধিক তদন্ত আৰু কাৰিকৰী সাহায্য প্ৰদানৰ বাবে এটা বিশেষ দল নিয়োগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইতিমধ্যে নিপা ভাইৰাছৰ সংক্ৰমণৰ ফলত ৰাজ্যখনত মৃত্যু হোৱা ১৪ বছৰীয়া কিশোৰগৰাকীৰ সংস্পৰ্শত থকাসকলৰ অতিৰিক্ত নমুনা পৰীক্ষাৰ বাবেও আইচিএমআৰে কোজিকোডলৈ এটা ভ্রাম্যমাণ বিএছ...