June 5, 2026 12:52 PM
16
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ সংৰক্ষণ ক্ষেত্ৰত ইকছপক এমাজন আৰু জি ই এম ডিজিটেল প্লেটফৰ্মত মুকলি
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আমগুৰি বাগান এলেকাত আজি বন বাঁহ ৰোপণ কৰে। ইপিনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ সংৰক্ষণ ক্ষেত্ৰই পৰিৱেশ দিৱসৰ ইতিবাচক চিন্তা হিচাপে স্থানীয় ইকছপক এমাজন আৰু চৰকাৰী ই-বজাৰ অৰ্থাৎ জি ই এম ডিজিটেল প্লেটফৰ্মত মুকলি কৰিছে। ইয়াৰ জৰিয়তে স্থানীয় মহিলাসকলে প্ৰস্তুত কৰা জৈৱ বৈচিত্র্যভিত্তিক সামগ্রী সমূহক দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰ প্ৰদানৰ প্ৰয়াস কৰা হৈছে। উল্লেখযোগ্য যে উদ্যান কৰ্তৃপক্ষই বিশেষ প্ৰশিক্ষণৰ জৰিয়তে মেটেকা, তাঁতশাল আ...