March 3, 2025 12:07 PM

views 50

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পূৰ্বৰ তুলনাত দেশী-বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পূৰ্বৰ তুলনাত শেহতীয়াকৈ দেশী-বিদেশী পৰ্যটকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। চলিত পর্যটন বৰ্ষৰ বিগত ৫ টা মাহত আঢ়ৈ লক্ষাধিক পৰ্যটকে ৰাষ্ট্ৰীয় উদ্যানখন ভ্ৰমণ কৰিছে। এই সময়ছোৱাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই ৬ কোটিতকৈ অধিক ৰাজহ সংগ্ৰহ কৰিছে। বিগত সময়ছোৱাত অতি কম দিনৰ ব্যৱধানত ৰাষ্ট্ৰপতি আৰু প্ৰাক্তন ৰাষ্ট্ৰপতিয়ে বিশ্ব ঐতিহ্য ক্ষেত্ৰখন ভ্ৰমণ কৰাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও কাজিৰঙাত নিশা কটাই ৰাষ্ট্ৰীয় উদ্যানখনৰ সৌন্দৰ্য উপভোগ কৰিছিল। কাজিৰঙা ৰাষ্ট্ৰীয় উ...