February 5, 2025 10:43 AM

views 25

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অধীনৰ পাণবাৰী সংৰক্ষিত বনাঞ্চলত পক্ষী নিৰীক্ষণ আৰম্ভ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অধীনৰ পাণবাৰী সংৰক্ষিত বনাঞ্চলত কালি পক্ষী নিৰীক্ষণ অর্থাৎ বার্ড ছাফাৰী আৰম্ভ হৈছে। কালি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে প্ৰথমগৰাকী পক্ষী নিৰীক্ষক হিচাপে বিভিন্ন প্ৰজাতিৰ চৰাইসমূহ প্রত্যক্ষ কৰে। কালি উদ্যানখনৰ ক্ষেত্ৰ সঞ্চালক ড০ সোণালী ঘোষৰ সৈতে মন্ত্ৰীগৰাকীয়ে কমেও ৪০০টা প্রজাতিৰ পক্ষীৰ বিচৰণস্থলী পাণবাৰী সংৰক্ষিত বনাঞ্চল পৰিদর্শন কৰে। এই বনাঞ্চলৰ বৃহৎ গছসমূহত অগণন পক্ষী আছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে সুদীর্ঘ ১০ বছৰৰ পাছত উদ্যানখনত এই পক্ষী নিৰীক্ষণ...