June 28, 2026 11:10 AM
13
ব্যক্তিগত ট্যুৰ অপাৰেটৰৰ সহায়ত কৈলাশ মানসৰোবৰলৈ যোৱা ভাৰতীয় তীর্থযাত্ৰীসকলৰ বাবে বিশেষ পৰামৰ্শাৱলী জাৰি
বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে ব্যক্তিগত ট্যুৰ অপাৰেটৰৰ সহায়ত কৈলাশ মানসৰোবৰ যাত্ৰাত যোৱা ভাৰতীয় তীর্থযাত্ৰীসকলৰ বাবে বিশেষ পৰামৰ্শাৱলী জাৰি কৰিছে। মন্ত্ৰ্যালয়ে প্রকাশ কৰা এখন বিজ্ঞপ্তি অনুসৰি চীনৰ পৰা ভিছা আৰু প্ৰয়োজনীয় প্ৰৱেশৰ অনুমতি অবিহনে কৈলাশ মানসৰোবৰ যাত্ৰা লৈ যোৱাৰ সময়ত নেপালত আবদ্ধ হৈ পৰা ভাৰতীয় নাগৰিকসকলৰ পৰা সহায় আৰু সাহায্যৰ বাবে মন্ত্ৰ্যালয়ে ভালেমান অনুৰোধ লাভ কৰিছে। মন্ত্র্যালয়ে কৈছে যে সম্পূর্ণ যাত্ৰাৰ বাবে প্রয়োজনীয় সকলো ধৰণৰ নথি লাভ নকৰা পৰ্যন্ত ভাৰতৰ পৰা যাত্ৰা আৰম্ভ নকৰিবলৈ সকল...