October 28, 2026 12:52 PM

views 2

কমনৱেলথ কাবাডী চেম্পিয়নশ্বিপত তানজেনিয়াক পৰাস্ত কৰি ভাৰতৰ ছেমিফাইনেলত প্রৱেশ

আহমেদাবাদত অনুষ্ঠিত কমনৱেলথ কাবাডী চেম্পিয়নশ্বিপত ভাৰতে কালি তানজেনিয়াক ৪৮-২০ ফলাফলত পৰাস্ত কৰি ছেমিফাইনেলত প্রবেশ কৰিছে। এয়া হৈছে ভাৰতীয় দলটোৰ একেৰাহে পঞ্চম বিজয়। প্রতিযোগিতাৰ ছেমিফাইনেল খেলখন পৰহিলৈ অনুষ্ঠিত হ'ব।