December 6, 2025 2:58 PM

views 80

উত্তৰ-পূৰ্বাঞ্চলত কৌশলগত যোগাযোগ ব্যৱস্থা উন্নতৰ লক্ষ্যৰে বহুকেইটা প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ

● ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কয়, যে উত্তৰ-পূৰ্বাঞ্চলত কৌশলগত যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ অংশ হিচাপে গুৰুত্বপূৰ্ণ পথ কৰিড'ৰ আৰু মূল পথেৰে বিমান বন্দৰলৈ যোগাযোগ ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। শ্ৰী সিন্ধিয়াই কালি কোহিমাত ভার্চুৱেল ব্যৱস্থাৰে বহুকেইটা প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰি এইদৰে কয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ২০২ কোটি টকা ব্যয়সাপেক্ষ ৫টা প্ৰকল্পৰ উদ্বোধন আৰু ৪৪৩ কোটি টকা ব্যয় সাপেক্ষ ১১টা প্ৰ...

October 17, 2025 8:10 PM

views 58

উত্তৰ পূৰ্বাঞ্চল দেশৰ বিকাশৰ ইঞ্জিন হিচাপে পৰিগণিত হৈছে বুলি জ্যোতিৰাদিত্য সিন্ধিয়াৰ প্ৰকাশ

কেন্দ্রীয় উত্তৰ পূৰ্বাঞ্চল উন্নয়ন মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই উত্তৰ পূৰ্বাঞ্চল দেশৰ বিকাশৰ ইঞ্জিন হিচাপে পৰিগণিত হৈছে বুলি প্রকাশ কৰিছে। তেওঁৰ মন্ত্ৰালয়ৰ এবছৰীয়া সফলতাৰ বিষয়ে আজি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্রীসিন্ধিয়াই কয় যে যোৱা ১১টা বছৰত উত্তৰ পূৰ্বাঞ্চলৰ সাম্যক আন্তঃৰাষ্ট্ৰীয় পর্যায়ত উপস্থাপন কৰা বাবে চৰকাৰে অবিৰতভাবে কাম কৰি আহিছে। তেওঁ কয় যে এই সময়ছোৱাত উত্তৰ পূৰ্বাঞ্চলত বিমান বন্দৰৰ সংখ্যা পূৰ্বৰ ৯টাৰ পৰা ১৭টালৈ বৃদ্ধি পাইছে। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মাজেৰে যোৱা ৰা...

December 7, 2024 8:29 PM

views 66

কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ সম্ভাৱনাসমূহ বিকশাই তুলি অঞ্চলটোৰ সৰ্বাঙ্গীন উন্নয়নৰ বাবে প্রচেষ্টা চলাই আছেঃ জ্যোতিৰাদিত্য সিন্ধিয়া

কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ সম্ভাৱনাসমূহ বিকশাই তুলি অঞ্চলটোৰ সৰ্বাঙ্গীন উন্নয়নৰ বাবে প্রচেষ্টা চলাই আছে বুলি আজি উত্তৰ পূৱ উন্নয়ন দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই প্ৰকাশ কৰিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত অষ্টলক্ষ্মী মহোৎসৱৰ আজিৰ কাৰ্যসূচীত অংশ লৈ মন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে কালি মুকলি কৰা ৩ দিনীয়া এই মহোৎসৱত ২৫০গৰাকীৰো অধিক শিল্পীয়ে হস্তশিল্প, হস্ততাঁত, বস্ত্র, উদ্যানশস্যৰ উপৰি ৩৪ বিধ ভৌগলিক সূচ্যাংক অর্থাৎ জি আই টেগ থকা সামগ্ৰী প্ৰদৰ্শন কৰা...